বাঘ মকৰাবাঘ-গৰু

বাঘ হাজৰিকা (Assamese) [ Roman: bagh ha.jo.ri.ka]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-17
1. Historial(Proper Noun-Masculine) A charecter in Ahom Kingdom. A 17th-century figure from Assam, known for his valor. He was born at Dhekerigaon village near Garhgaon. Once a tiger had entered his village and Ismail Siddique, who was literally unarmed, killed the tiger. The news of this valour reached the Ahom king Chakradhwaj Singha and he called the young man to his court to display his strength. The king was impressed by the show of strength, the king appointed him a Hazarika, an Ahom office in charge of 1000 paiks. বাঘ হাজৰিকাৰ জন্ম হৈছিল অসমৰ গঁড়গাঁৱৰ ওচৰৰ ঢেকেৰীগাঁওত৷ আচল নাম আছিল ইছমাইল ছিদ্দিক৷ এদিন এটা বাঘ তেওঁ গাঁৱলৈ সোমাই অহাত তেওঁ উকা হাতেৰেই বাঘটো হত্যা কৰে৷ এই বাতৰি আহোম ৰজা চক্ৰধ্বজ সিংহৰ কাণত পৰে আৰু ৰজাই তেওঁক প্ৰতিভা দেখুৱাবলৈ ৰাজসভালৈ নিমন্ত্ৰণ কৰে৷ ৰজাই তেওঁৰ বীৰত্ব দেখি প্ৰশংসা কৰে আৰু তেওঁক এহেজাৰজন পাইকৰ তলত হাজৰিকা পদবী দিয়ে৷ তেতিয়াৰ পৰাই ইছমাইল ছিদ্দিকৰ নাম বাঘ হাজৰিকা হয়৷